প্ৰচলিত ভুল (অসমীয়া) icône

1.0 by MSI Assamese


Sep 22, 2018

À propos de প্ৰচলিত ভুল (অসমীয়া)

Français

Various conventional fixed haiche bhuladerake society.

মুৰাদ বিন আমজাদ চাহেবৰ 'প্রচলিত ভুল বনাম রাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামের ছালাত আদায়ের পদ্ধতি’ এখনি বহুল প্ৰচাৰিত বাংলা পুথি। মুছলিম অসমীয়া সমাজত ইয়াৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰা হৈছে। জুবাইৰ বিন পিয়াৰ চাহেবে এই পুথিখনি অসমীয়ালৈ অনুবাদ কৰাৰ লগতে কিছু আৰবী মূলৰ সংযোজন আৰু আন কেইখনমান পুথিৰ সহায়ত ইয়াক পৰিৱৰ্ধন কৰি উলিওয়াত আমাৰ বাবে নিঃসন্দেহে এয়া অধিক উপযোগী হৈছে। পাঠকসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে, মূল পুথিখনিৰ সৈতে ক্ৰমিক সংখ্যাবোৰ অগা-পিছা কৰি ন-কৈ সজোৱা হৈছে।

এইপুথিখনি প্ৰকাশ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য দিহা-পৰামৰ্শ দিয়াৰ বাবে মই ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান, আৰু জাহিৰ আব্বাছ চাহেবলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আল্লাহে তেওঁলোকক উত্তম প্ৰতিদান দিয়ক।

মুছলিম সমাজত বৰ্তমান এই পুথিখনিৰ প্ৰয়োজন কিমান সেয়া মুৰাদ বিন আমজাদ চাহেবৰ ‘কিয় এই লেখা’ত বহলাই বৰ্ণোৱা হৈছে। সেয়েহে ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে পুনৰ ইয়াত দোহৰা নাই।

আশাঁ কৰো, পাঠক সমাজে দ্বীনৰ পথত টিকি থকাৰ বাবে ইয়াৰ গুৰুত্ব বুজি এই পুথিখনিৰ সমাদৰ কৰিব। শেষত আল্লাহৰ ওচৰত দোৱা মাগিছোঁ, আল্লাহে যেন আমাৰ সকলোকে দ্বীনৰ সঠিক জ্ঞান দান কৰে। আমিন।

- ডাঃ হাদী হুছনুল ইছলাম

☆☆☆

জাজাকাল্লাহু খাইৰা

(আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওঁক)৷

যিকোনো ভুল দৃষ্টিগোচৰ হ'লে আমাৰ সৈতে যোগাযোগ কৰে যেন৷

Quoi de neuf dans la dernière version 1.0

Last updated on Sep 22, 2018

Minor bug fixes and improvements. Install or update to the newest version to check it out!

Chargement de la traduction...

Informations Application supplémentaires

Dernière version

Demande প্ৰচলিত ভুল (অসমীয়া) mise à jour 1.0

Telechargé par

Omed Can

Nécessite Android

Android 4.0+

Voir plus

প্ৰচলিত ভুল (অসমীয়া) Captures d'écran

Charegement du commentaire...
Langues
Recherche en cours...
Abonnez-vous à APKPure
Soyez le premier à avoir accès à la sortie précoce, aux nouvelles et aux guides des meilleurs jeux et applications Android.
Non merci
S'inscrire
Abonné avec succès!
Vous êtes maintenant souscrit à APKPure.
Abonnez-vous à APKPure
Soyez le premier à avoir accès à la sortie précoce, aux nouvelles et aux guides des meilleurs jeux et applications Android.
Non merci
S'inscrire
Succès!
Vous êtes maintenant souscrit à notre newsletter.