Use APKPure App
Get ভাগৱত গীতা (Gita in Assamese) old version APK for Android
শ্রীমদ্ভাগবত গীতা - Bhagwat Geeta en assamais avec vers sanskrit original
এপত মূল সংস্কৃত শ্লোকৰ লগতে অসমীয়াত সমগ্ৰ শ্রীমদ্ভাগবত গীতাৰ শ্লোকসমূহ সন্নিবিষ্ট কৰা হৈছে ।
- সাধাৰণতে গীতা বুলিও কোৱা হয়, আমাৰ সনাতন ধৰ্মৰ (হিন্দু ধৰ্মৰ) অন্যতম পৱিত্ৰ ধৰ্ম গ্ৰন্থ । গীতাত মুঠ ৭০০ টা (কিছুমানে ৭৪৫ বুলিও কয়) শ্লোক আছে আৰু এইয়া মহাভাৰতৰ ভীষ্ম পৰ্বৰ (২৩- ৪০ অধ্যায়) এটি অংশ।
গীতা পাণ্ডৱ ৰাজকুমাৰ অৰ্জুন আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাজৰ কথোপকথনৰ ভিত্তিত ৰচিত। আৰু কৌৰৱৰ মাজত সংগঠিত হবলগীয়া যুদ্ধ ধৰ্ম যুদ্ধ ক লৈ অৰ্জুন অতিশয় চিন্তিত হৈ পৰে যুদ্ধাস্ত্ৰহলতে তেওঁ ভাবিবলৈ লয় কিয় তেওঁ নিজৰ লোকৰে প্ৰাণ লবলৈ গৈ আছে এনে দোধোৰ মোধোৰ অৱস্থাৰ খাম কাটিবলৈ সাৰথিৰূপে স্থিত ভগৱান শ্ৰী কৃষ্ণৰ মাৰদৰ্শন বিচাৰে, অৰ্জুনৰ প্ৰত্যেক প্ৰশ্নৰ উত্তৰ আৰু ভগৱান শ্ৰী শ্ৰী মাৰদৰ্শনেই ৰূপ লয়গৈ শ্রীমদ্ভাগবত গীতাৰ।
দ্বাৰা কোৱা এই অভূতপূৰ্ব আৰু পৱিত্ৰ জ্ঞাতে কেৱল তেতিয়াৰ সমস্যাই সমাধান কৰা নাছিল বৰঞ্চ আজিও এই গীতৰ উপদেশবোৰ আমাৰ দৈনন্দিন জীৱনত কাৰোবাৰ বাবে প্ৰেৰণাদায়ক ধাৰ্মিক নিৰ্ণয়ৰ কাৰক হৈ পৰিছে ।
Cette application contient tous les versets de Srimad Bhagavad Gita sous forme de traduction en assamais ainsi que les versets sanskrits originaux.
La Shrimad Bhagavad Gita (श्रीमद्भगवद्गीता) souvent appelée la Gita, est une écriture Sanatan Dharma de 700 (à l'origine 745) - qui fait partie du Mahabharata (chapitres 23-40 de Bhishma Parva).
Il est considéré comme l'une des écritures saintes de l'hindouisme (Sanatan Dharma).
La Bhagwat Gita se déroule dans le cadre narratif d'un dialogue entre le prince Pandava Arjuna et son guide et conducteur de char Sri Krishna (Dieu). Au début du Dharma Yuddha (guerre juste) entre les Pandavas et les Kauravas, Arjuna est rempli de dilemme moral et de désespoir face à la violence et à la mort que la guerre provoquera dans la bataille contre ses propres parents. Arjuna pense à ce qu'il devrait prendre et devrait abandonner, le grand Bhagavad-gtā est composé des réponses et des discours de connaissance prononcés par le Seigneur Sri Krishna.
Enseignements de Shri Krishna (Seigneur) Cette connaissance sacrée et phénoménale n'est pas seulement utile pour résoudre les problèmes de cette époque, mais c'est aussi un livre d'inspiration, de jugement religieux ainsi qu'une inspiration pour résoudre les problèmes des temps modernes.
Telechargé par
Francesca Gentile
Nécessite Android
Android 4.4+
Catégories
Signaler
Last updated on Feb 23, 2023
Read Bhagavat Gita in Assamese with Original Sanskrit Verse (Online/Offline Mode)
ভাগৱত গীতা (Gita in Assamese)
1.7 by BMV Group
Feb 23, 2023