মইনামেল (MoinaMel ) icône

1.0 by Arunjyoti Das


Aug 1, 2018

À propos de মইনামেল (MoinaMel )

শিশু-কিশোৰৰ বাবে এই এপ-হাজাৰটা নজনা কথা জানিবৰ বাবে। The app is for teenagers

সময়ৰ আহ্বান মানি আজি আমাৰ ন-প্ৰজন্মই হাতে হাতে মোবাইল ফোন গুজি লৈছে । কিন্তু তাৰ অৰ্থ এনে হো‌ৱাটো উচিত নহয় যে ইন্টাৰনেটৰ অসৎ ব্য‌ৱহাৰ কৰি আমাৰ ল’ৰা-ছো‌ৱালীয়ে ঘন্টাৰ পাছত ঘন্টা কে‌ৱল গে’ম বা ফেচবুক-হো‌ৱাটচ্আপতে দিন কটাবলৈ লওঁক । আমি বিচাৰোঁ, সিহঁতৰ হাতৰপৰা মোবাইলটো কাঢ়ি ননাকৈও সিঁহতে ইন্টাৰনেট বা মোবাইলটোৰ ভালখিনি গ্ৰহণ কৰক । সেয়েহে আজি আমি এনে এটা এপ তেওঁলোকৰ বাবেই সাজি উলিয়াইছো, যাৰপৰা তেওঁলোক উপকৃত হ’ব পাৰে । এই ‌এপত ল’ৰা-ছো‌ৱালীয়ে বিদ্যালয়ৰ কিতাপৰ নুবুজা কথা সুধিব পাৰিব (আৰু আমাৰ অভিজ্ঞ স্বেচ্চাসে‌ৱকে যাৰ উত্তৰ দিব), নিজে অঁকা ছৱি এখন বা হস্তকলা এটিৰ এখন ফটো আপলোড কৰি আনকো উৎসাহিত কৰিব পাৰিব, সমল লেখাবোৰৰপৰা নানা নজনা কথা জানিব পাৰিব, আজৰি সময়ত গল্প-উপন্যাস পঢ়িব পাৰিব, অতি কম বয়সৰপৰাই পৃথিৱীৰ ন ন কথা জানিব পাৰিব, মানসিক উৎকৰ্ষ সাধনৰ অনুশীলন কৰিব পাৰিব আৰু য’ত প্ৰতিভাৰ বিকাশ কৰিব পৰাকৈ প্ৰেৰণাদায়ী লেখা, শিকণ-সামগ্ৰী উপলব্ধ হ'ব । এই ‌এপটোৰ মূল প্ৰক্ষেপিত পঢ়ু‌ৱৈ ১৮ বছৰ বয়সৰ তলৰ শিক্ষাৰ্থীসকল যদিও অভিভা‌ৱকসকলকো সাঙুৰি ল’বলৈ চেষ্টা কৰা হৈছে । নৈতিক শিক্ষাৰ পাঠ, উন্নত সাহিত্যৰ নমুনা, উদ্ভা‌ৱনী শক্তিৰ জাগৃতি, আচাৰ-ব্য‌ৱহাৰকে সামৰি ব্যক্তিত্ব বিকাশ, মগজুৰ অনুশীলন ইত্যাদি বিষয়ত ‌এপটোৰ জৰিয়তে কিছু পাঠ আমাৰ ন-প্ৰজন্মৰ আগত আগবঢ়াবলৈ যত্ন কৰা হৈছে । চালুকীয়া অৱস্থাত থকা ‌এপটোৰ জনপ্ৰিয়কৰণ বা সমলৰ ক্ষেত্ৰত আপোনাৰ মতামত, সহায়-সহযোগিতা কামনা কৰা হৈছে । ন-প্ৰজন্মৰ বাবে উৎসৰ্গিত এই এপটোৰ আধাৰ ‌ৱেবচাইটটো হ’ল- www.moinamel.com, যোগাযোগৰ ইমেইল- [email protected]

This is an app mainly designed and developed for the teenagers who are eager to learn things. Beyond discussion on the topics covered in their school curriculum, the app aims to give knowledge about various topics related to Science, Arts, Technology, Nature etc. It has tutorials on topics like how to play chess or how to learn drawing or sketching. This educational app basically fetches the web pages available in the website www.moinamel.com . Please allow your kid to use the mobile to use this app so that he or she can learn even in his/her leisure time. Contact email of MoinaMel team is [email protected]

Chargement de la traduction...

Informations Application supplémentaires

Dernière version

Demande মইনামেল (MoinaMel ) mise à jour 1.0

Telechargé par

Scott Jiano Francisco

Nécessite Android

Android 4.4+

Voir plus

Quoi de neuf dans la dernière version 1.0

Last updated on Aug 1, 2018

Minor bug fixes and improvements. Install or update to the newest version to check it out!

Voir plus

মইনামেল (MoinaMel ) Captures d'écran

Articles populaires dans les dernières 24 heures

Charegement du commentaire...
Langues
Recherche en cours...
Abonnez-vous à APKPure
Soyez le premier à avoir accès à la sortie précoce, aux nouvelles et aux guides des meilleurs jeux et applications Android.
Non merci
S'inscrire
Abonné avec succès!
Vous êtes maintenant souscrit à APKPure.
Abonnez-vous à APKPure
Soyez le premier à avoir accès à la sortie précoce, aux nouvelles et aux guides des meilleurs jeux et applications Android.
Non merci
S'inscrire
Succès!
Vous êtes maintenant souscrit à notre newsletter.